×

হিছনুল মুছলিম - (অসমীয়া)

হিছনুল মুছলিম বা মুছলিমৰ দুৰ্গ কোৰআন আৰু বিশুদ্ধ হাদিছৰ আধাৰত লিখা এই পুথিখন বিশ্বৰ কেইবাটাও ভাষাত অনুবাদ হৈছে। আলহামদুলিল্লাহ, অসমীয়া জ্ঞানধাৰী লোক সকলৰ সুবিধাৰ্থে অসমীয়া ভাষাত ইয়াৰ অনুবাদ সম্পন্ন হ’ল।

মুছলিম উম্মতৰ সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ পাঠ-সমূহৰ লগত সংশ্লিষ্ট বিধান - (অসমীয়া)

এইটো শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ ৰাহিমাহুল্লাহ লিখিত এটা গুৰুত্বপূৰ্ণ পুস্তিকা ‘আদ-দুৰুছুল মুহিম্মাহ লি আম্মাতিল উম্মাহ’-ৰ ব্যাখ্যাগ্ৰন্থ। ইয়াত তেখেতে মুছলিম উম্মাহৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ যেনে, ঈমান আৰু ইয়াৰ নীতিমালা, ইছলাম আৰু ইয়াৰ ৰুকনসমূহ আলোচনা কৰিছে। ফলত ইয়াত স্থান পাইছে তৌহীদ আৰু ইয়াৰ প্ৰকাৰসমূহ, শ্বিৰ্ক আৰু ইয়াৰ প্ৰকাৰ, ছালাত....

মুছলিম শিশুৱে কি কি জনাটো অতি প্ৰয়োজন - (অসমীয়া)

মুছলিম শিশুৱে কি কি জনাটো অতি প্ৰয়োজন

ঋতুস্ৰাৱ আৰু প্রসূতি অৱস্থাৰ বিধি-বিধান সংক্রান্তীয় ৬০টা প্রশ্ন - (অসমীয়া)

ঋতুস্ৰাৱ আৰু প্রসূতি অৱস্থাৰ বিধি-বিধান সংক্রান্তীয় ৬০টা প্রশ্ন

ইছলাম বিনষ্টকাৰী বিষয়সমূহ - (অসমীয়া)

উক্ত প্ৰৱন্ধটোত ইছলাম বিনষ্টকাৰী দহটা বিষয় সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে, যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ বাবে অপৰিহাৰ্য।

মুমিনা নাৰীসকলৰ বাবে বিশেষ বিধি- বিধান - (অসমীয়া)

নাৰীসকলৰ প্ৰকৃত মৰ্যদা প্ৰদানকাৰী দ্বীন একমাত্র ইছলাম। ইছলামে তেওঁলোকৰ বহুতো বিষয় বিশেষ গুৰুত্বসহ গ্ৰহণ কৰিছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা কেৱল নাৰীসকলক উদ্দেশ্য কৰি উপদেশ প্ৰদান কৰিছিল। ‘আৰাফাৰ ময়দানত তেখেতে নাৰীসকলৰ ওপৰত পুৰুষসকলক হিতাকাঙ্ক্ষী হ’বলৈ উপদেশ দিছে, যিয়ে প্ৰমাণ কৰে নাৰীসকল বিশেষ যত্নৰ দাবীদাৰ। বিশেষকৈ বৰ্তমান সময়ত যেতিয়া মুছলিম....

তিনিটা মৌলিক নীতি আৰু তাৰ প্ৰমান সমূহ - (অসমীয়া)

এইটো মুহাম্মদ ইবন আব্দুল ওৱাহহাব - ৰাহিমাহুল্লাহ - ৰচিত এখন সংক্ষিপ্ত ও মূল্যবান পুস্তিকা।ইয়াত অতি সংক্ষেপে মানৱ জীৱনৰ মৌলিক কৰ্তব্য, সৃষ্টি ও স্ৰষ্টাৰ পৰিচয়, আল্লাহে আদেশ কৰা ইবাদত ও উপাসনাৰ প্ৰকাৰ ও ভাগ সমূহ, দ্বীনৰ সংক্ষিপ্ত বিৱৰণ, দ্বীন ইছলামৰ পৰ্যায়সমূহ, প্ৰত্যেক পৰ্যায়ৰ আৰকানসমূহ, নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সংক্ষিপ্ত জীৱনি, তেখেতক....

উম্মতৰ সৰ্বসাধাৰণ লোকৰ বাবে গুৰুত্বপূৰ্ণ পাঠসমূহ - (অসমীয়া)

উম্মতৰ সৰ্বসাধাৰণ লোকৰ বাবে গুৰুত্বপূৰ্ণ পাঠসমূহ

ইছলামী দৃষ্টিকোণত অলী আউলিয়া সকলৰ অছীলা গ্ৰহণ - (অসমীয়া)

এই অডিঅ ফাইল খনত ইছলামী দৃষ্টিকোণত অলী আউলিয়া সকলৰ অছীলা গ্ৰহণ কৰা সম্পৰ্কে আলোচনা কৰা হৈছে।

সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয় - (অসমীয়া)

সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য’ত তেখেতে আহলে ছুন্নাত অল জামা‘আতৰ মৌলিক আকীদা-বিশ্বাস দাঙি ধৰিছে। কাৰণ, কোৰআন আৰু ছুন্নাহৰ পৰা এই কথা স্পষ্ট হয় যে, কোনো কথা ও কৰ্ম তেতিয়াই শুদ্ধ ও গ্রহণযোগ্য হ’ব যেতিয়া সেইটো ছহীহ আকীদাৰ....