×

আল-কোৰআনুল কাৰীমৰ অসমীয়া অৰ্থানুবাদ - (অসমীয়া)

আল-কোৰআনুল কাৰীমৰ অসমীয়া অৰ্থানুবাদ

দ্বীন ইছলামৰ সৌন্দৰ্যৰ এক মূঠি মুক্তাদানা - (অসমীয়া)

“দ্বীন ইছলামৰ সৌন্দৰ্যৰ এক মূঠি মুক্তাদানা” পুস্তিকাটোত দ্বীন ইছলাম বা ইছলামী জীৱনব্যৱস্থাৰ কিছুমান সৌন্দৰ্য বৰ্ণনাৰ গুৰুত্ব আৰু দ্বীন ইছলামৰ কিছুমান সৌন্দৰ্য আৰু পৰিপূৰ্ণতাৰ নিদৰ্শন দাঙি ধৰা হৈছে।

অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নোত্তৰ - (অসমীয়া)

এই পুস্তিকাটোত ঈমান আৰু আক্বীদা সম্পৰ্কিত অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ কৰ্তব্য। সেয়ে প্ৰশ্ন উত্তৰ আকাৰত প্ৰস্তুত কৰা হৈছে যাতে বুজাত সহজ হয়।

সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয় - (অসমীয়া)

সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য’ত তেখেতে আহলে ছুন্নাত অল জামা‘আতৰ মৌলিক আকীদা-বিশ্বাস দাঙি ধৰিছে। কাৰণ, কোৰআন আৰু ছুন্নাহৰ পৰা এই কথা স্পষ্ট হয় যে, কোনো কথা ও কৰ্ম তেতিয়াই শুদ্ধ ও গ্রহণযোগ্য হ’ব যেতিয়া সেইটো ছহীহ আকীদাৰ....

সুখি জীৱনৰ কিছুমান উপকাৰী উপায় - (অসমীয়া)

সুখি জীৱনৰ কিছুমান উপকাৰী উপায়: পুস্তিকাটোত এনে কিছুমান উপায়-পদ্ধতি আলোচনা কৰা হৈছে, যিবোৰ পালন কৰিলে অন্তৰৰ সুখ-শান্তি লাভ হ’ব আৰু দুখ-চিন্তা দূৰ হ’ব।

ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা - (অসমীয়া)

ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা নামৰ উক্ত কিতাপখন শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমান ৰাহিমাহুল্লাহ ৰচিত। ইয়াত তেখেতে ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা চৰিয়তি প্ৰমানাদি আৰু যুক্তিৰে অতি স্পষ্টকৈ লিপিবদ্ধ কৰিছে। কিতাপখন প্ৰত্যেকৰে বাবে উপকাৰী।

ইছলাম - পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত আলোচনা - (অসমীয়া)

ইছলামৰ সংক্ষিপ্ত পৰিচয় সম্পৰ্কে এইখন এখন অতি গুৰুত্বপূৰ্ণ পুস্তিকা। ইয়াত ইছলামৰ গুৰুপূৰ্ণ বিধি-বিধানসমূহ আৰু শিক্ষা তথা বৈশিষ্ট্যবোৰ ইছলামৰ মূল উৎসৰ আলোকত অৰ্থাৎ কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে। পৰিৱেশ পৰিস্থিতি ভিন ভিন হোৱা সত্তেও এই পুস্তিকাখনৰ দ্বাৰা প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানৰ মুছলিম আৰু অমুছলিমক সম্বোধন কৰা হৈছে।

ইছলাম পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত বাৰ্তা - (অসমীয়া)

ইছলাম পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত বাৰ্তা

সুখী জীৱনৰ কিছুমান উপিাৰী উপায় - (অসমীয়া)

সুখী জীৱনৰ কিছুমান উপিাৰী উপায়

আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বিদা - (অসমীয়া)

আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বিদা: পুথিটোত আল্লাহ্‌ৰ তাওহীদ; ফিৰিস্তা সকল, ঐশী পুথি, ৰাছুল সকল, আখিৰাত বা পৰকাল আৰু তাকদীৰৰ প্ৰতি ঈমান অনাৰ ক্ষেত্রত আহলে ছুন্নাত ওৱাল জামা‘আতৰ আক্বিদা-বিশ্বাস বৰ্ণনা কৰা হৈছে।

হিছনুল মুছলিম - (অসমীয়া)

হিছনুল মুছলিম বা মুছলিমৰ দুৰ্গ কোৰআন আৰু বিশুদ্ধ হাদিছৰ আধাৰত লিখা এই পুথিখন বিশ্বৰ কেইবাটাও ভাষাত অনুবাদ হৈছে। আলহামদুলিল্লাহ, অসমীয়া জ্ঞানধাৰী লোক সকলৰ সুবিধাৰ্থে অসমীয়া ভাষাত ইয়াৰ অনুবাদ সম্পন্ন হ’ল।