তিনিটা মূলনীতি আৰু ইয়াৰ প্ৰমাণসমূহ - (অসমীয়া)
তিনিটা মূলনীতি আৰু ইয়াৰ প্ৰমাণসমূহ - (অসমীয়া)
হাদীছ বিশ্বকোষৰ পৰা নির্বাচিত কিছুমান হাদীছ। - (অসমীয়া)
হাদীছ বিশ্বকোষৰ পৰা নির্বাচিত কিছুমান হাদীছ।
পুৱা গধূলি পঢ়িবলগীয়া দুআসমূহ - (অসমীয়া)
পুৱা গধূলি পঢ়িবলগীয়া দুআসমূহ
নাৰীসকলৰ প্ৰাকৃতিক ৰক্তস্ৰাৱ সম্পৰ্কীয় বিধি-বিধান
মই এজন মুছলিম - (অসমীয়া)
মই এজন মুছলিম
নৱ মুছলিমৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা - (অসমীয়া)
নৱ মুছলিমৰ বাবে উপকাৰী সংক্ষিপ্ত দিশ-নিৰ্দেশনা
চাৰিটা নীতি - (অসমীয়া)
এইটো এখন সংক্ষিপ্ত পত্র বিশেষ, যিটো শ্বাইখুল ইছলাম মুহাম্মাদ ইবন আব্দুল ওৱাহ্হাব ৰাহিমাহুল্লাহে লিখিছে। ইয়াত তৌহীদ আৰু শ্বিৰ্কৰ গুৰুত্বপূৰ্ণ চাৰিটা নীতিমালা সম্পৰ্কে আলোচনা কৰিছে। আৰু মুশ্বৰিকসকলৰ দাবী কৰা শ্বাফা‘আত আৰু তৌহীদপন্থীসকলৰ সাব্যস্ত কৰা শ্বাফা‘আতৰ পাৰ্থক্য দাঙি ধৰিছে।
ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ অসমীয়া অনুবাদ লগতে সংক্ষিপ্ত ব্যাখ্যা কৰা হৈছে। ইয়াত আয়াতৰ দ্বাৰা আয়াতৰ তফছীৰ কৰা হৈছে আৰু ছহীহ হাদীছৰ দ্বাৰা লগতে ছাহাবী আৰু তাবেঈনসকলৰ উক্তিও অন্তৰ্ভূক্ত কৰা হৈছে। আক্বীদাৰ বিষয়টো বিশেষ মনোযোগ দিয়া হৈছে।
অসমীয়া ভাষাত (ছুৰা ইউছুফ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।
অসমীয়া ভাষাত (ছুৰা ইব্ৰাহীম)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।
অসমীয়া ভাষাত (ছুৰা আল-হিজৰ)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।
