ইছলামৰ সংক্ষিপ্ত পৰিচয় সম্পৰ্কে এইখন এখন অতি গুৰুত্বপূৰ্ণ পুস্তিকা। ইয়াত ইছলামৰ গুৰুপূৰ্ণ বিধি-বিধানসমূহ আৰু শিক্ষা তথা বৈশিষ্ট্যবোৰ ইছলামৰ মূল উৎসৰ আলোকত অৰ্থাৎ কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে। পৰিৱেশ পৰিস্থিতি ভিন ভিন হোৱা সত্তেও এই পুস্তিকাখনৰ দ্বাৰা প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানৰ মুছলিম আৰু অমুছলিমক সম্বোধন কৰা হৈছে।
আল-কোৰআনুল কাৰীমৰ অসমীয়া অৰ্থানুবাদ - (অসমীয়া)
আল-কোৰআনুল কাৰীমৰ অসমীয়া অৰ্থানুবাদ
দ্বীন ইছলামৰ সৌন্দৰ্যৰ এক মূঠি মুক্তাদানা - (অসমীয়া)
“দ্বীন ইছলামৰ সৌন্দৰ্যৰ এক মূঠি মুক্তাদানা” পুস্তিকাটোত দ্বীন ইছলাম বা ইছলামী জীৱনব্যৱস্থাৰ কিছুমান সৌন্দৰ্য বৰ্ণনাৰ গুৰুত্ব আৰু দ্বীন ইছলামৰ কিছুমান সৌন্দৰ্য আৰু পৰিপূৰ্ণতাৰ নিদৰ্শন দাঙি ধৰা হৈছে।
ইছলাম পৱিত্ৰ কোৰআন আৰু হাদীছৰ আলোকত ইছলাম সম্পৰ্কে সংক্ষিপ্ত বাৰ্তা
লিখকে এই প্ৰৱন্ধত অতি সংক্ষেপে বিশ্ব মানৱতাৰ প্ৰতি মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান অৱদান ১০ টা পয়েন্টত আলোচনা কৰিছে।
পৱিত্ৰ ইছলামৰ বাৰ্তাবাহক বা ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম।
ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন - (অসমীয়া)
“ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন” পুথিখন দৰাচলতে এটা ভাষণ, যিটো শ্বাইখ মুহাম্মাদ আল-আমীন ইবনে মুহাম্মাদ আল-মুখতাৰ আশ্ব-শ্বানকীতী ৰাহিমাহুল্লাহে মছজিদে নবৱীত প্ৰদান কৰিছিল। ইয়াত তেখেতে পৃথিৱীৰ সকলো বিষয় পৰিচালিত হোৱা এনে দহটা মহান বিষয়ৰ প্ৰতি আলোকপাত কৰিছে যাৰ সমাধান কোৰআনৰ মাধ্যমত প্ৰদান কৰিছে। বিষয়সমূহ হৈছে: প্ৰথম: আল্লাহৰ তাওহীদ। দ্বিতীয়: উপদেশ। তৃতীয়: সৎকৰ্ম....
মই এজন মুছলিম - (অসমীয়া)
মই এজন মুছলিম
ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ অসমীয়া অনুবাদ লগতে সংক্ষিপ্ত ব্যাখ্যা কৰা হৈছে। ইয়াত আয়াতৰ দ্বাৰা আয়াতৰ তফছীৰ কৰা হৈছে আৰু ছহীহ হাদীছৰ দ্বাৰা লগতে ছাহাবী আৰু তাবেঈনসকলৰ উক্তিও অন্তৰ্ভূক্ত কৰা হৈছে। আক্বীদাৰ বিষয়টো বিশেষ মনোযোগ দিয়া হৈছে।
এজন হিন্দু মানুহে সুধিছেঃ কোনটো ধৰ্ম উত্তম- হিন্দুধৰ্ম নে ইছলাম ধৰ্ম? আৰু কিয়? উক্ত প্ৰশ্নৰ উত্তৰ শ্বাইখ মুহাম্মদ ছলেহ আল-মুনাজ্জিদ হাফিজাহুল্লাহে প্ৰদান কৰিছে।
অসমীয়া ভাষাত (ছুৰা আল-ইছৰা)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।
অসমীয়া ভাষাত (ছুৰা আন-নাহল)ৰ অৰ্থানুবাদৰ অডিঅ ৰেকৰ্ডিং। আয়াত অনুসৰি খণ্ডিত। লগতে ক্বাৰী মিশ্বাৰী ৰাশ্বিদ আল-আফাছীৰ কণ্ঠত তিলাৱত।
