×

মুছলিম উম্মতৰ সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ পাঠ-সমূহৰ লগত সংশ্লিষ্ট বিধান - (অসমীয়া)

এইটো শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ ৰাহিমাহুল্লাহ লিখিত এটা গুৰুত্বপূৰ্ণ পুস্তিকা ‘আদ-দুৰুছুল মুহিম্মাহ লি আম্মাতিল উম্মাহ’-ৰ ব্যাখ্যাগ্ৰন্থ। ইয়াত তেখেতে মুছলিম উম্মাহৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ যেনে, ঈমান আৰু ইয়াৰ নীতিমালা, ইছলাম আৰু ইয়াৰ ৰুকনসমূহ আলোচনা কৰিছে। ফলত ইয়াত স্থান পাইছে তৌহীদ আৰু ইয়াৰ প্ৰকাৰসমূহ, শ্বিৰ্ক আৰু ইয়াৰ প্ৰকাৰ, ছালাত....

তাওহীদৰ কলিমা: লা-ইলা-হা ইল্লাল্লাহ [ইয়াৰ ফজীলত, অৰ্থ, চৰ্ত আৰু পৰিপন্থী বিষয়] - (অসমীয়া)

উক্ত পুস্তিকাত আটাইতকৈ বৰকতময়, মহান, শ্ৰেষ্ঠ আৰু কল্যাণকৰ কলিমা ‘লা-ইলা-হা ইল্লাল্লাহ’ৰ ফজীলত, বক্তব্য, চৰ্ত আৰু পৰিপন্থী বিষয়ক অতি জৰুৰী কিছুমান কথা অন্তৰ্ভূক্ত কৰা হৈছে। আশা কৰো পাঠকবৰ্গই ইয়াৰ দ্বাৰা উপকৃত হ’ব।

এটা বাৰ্তা মাথোন - (অসমীয়া)

এটা বাৰ্তা মাথোন। এই পুস্তিকাত তাওহীদৰ অভিন্ন বাৰ্তা সম্পৰ্কে আলোচনা কৰা হৈছে, যিটো সকলো নবী আৰু ৰাছুলে প্ৰচাৰ কৰিছে, সেই আদম আলাইহিচ ছালামৰ পৰা আদি কৰি আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম পৰ্যন্ত। এই পুথিৰ বিশেষ এটা বৈশিষ্ট্য হৈছে, বৰ্তমান ইয়াহূদী আৰু খ্ৰীস্টানসকলৰ হাতত থকা বাইবেল (ৱল্ড টেস্টামেন্ট আৰু....

ঋতুস্ৰাৱ আৰু প্রসূতি অৱস্থাৰ বিধি-বিধান সংক্রান্তীয় ৬০টা প্রশ্ন - (অসমীয়া)

ঋতুস্ৰাৱ আৰু প্রসূতি অৱস্থাৰ বিধি-বিধান সংক্রান্তীয় ৬০টা প্রশ্ন

মুছলিম শিশুৱে কি কি জনাটো অতি প্ৰয়োজন - (অসমীয়া)

মুছলিম শিশুৱে কি কি জনাটো অতি প্ৰয়োজন

পৱিত্ৰ ইছলামৰ বাৰ্তাবাহক বা ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। - (অসমীয়া)

পৱিত্ৰ ইছলামৰ বাৰ্তাবাহক বা ৰাছুল হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম।

ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন - (অসমীয়া)

“ইছলাম: একমাত্ৰ পৰিপূৰ্ণ দ্বীন” পুথিখন দৰাচলতে এটা ভাষণ, যিটো শ্বাইখ মুহাম্মাদ আল-আমীন ইবনে মুহাম্মাদ আল-মুখতাৰ আশ্ব-শ্বানকীতী ৰাহিমাহুল্লাহে মছজিদে নবৱীত প্ৰদান কৰিছিল। ইয়াত তেখেতে পৃথিৱীৰ সকলো বিষয় পৰিচালিত হোৱা এনে দহটা মহান বিষয়ৰ প্ৰতি আলোকপাত কৰিছে যাৰ সমাধান কোৰআনৰ মাধ্যমত প্ৰদান কৰিছে। বিষয়সমূহ হৈছে: প্ৰথম: আল্লাহৰ তাওহীদ। দ্বিতীয়: উপদেশ। তৃতীয়: সৎকৰ্ম....

ইছলামী দৃষ্টিকোণত অলী-আউলিয়া আৰু পূণ্যবান লোকসকলৰ অছিলা গ্ৰহণ - (অসমীয়া)

চমু বিৱৰণী পুস্তিকাটোত কোৰআন আৰু ছুন্নাহৰ আলোকত অছিলা গ্ৰহণ কৰা আৰু যিহঁতক অছিলা হিচাপে গ্ৰহণ কৰা হয় সিহঁতৰ পৰিণাম সম্পৰ্কে আলোচনা কৰা হৈছে।

উম্মতৰ সৰ্বসাধাৰণ লোকৰ বাবে গুৰুত্বপূৰ্ণ পাঠসমূহ - (অসমীয়া)

উম্মতৰ সৰ্বসাধাৰণ লোকৰ বাবে গুৰুত্বপূৰ্ণ পাঠসমূহ